ৰাজ্যত আকৌ আৰম্ভ হৈছে বৃহৎ কা আন্দোলন, AASU ৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য দেৱৰ নেতৃত্বত আকৌ আৰম্ভ হৈছে এই আন্দোলন। ২০১৯ত CAB ৰ পৰা মানে Citizen Amendment bill ৰ পৰা আৰম্ভ হৈ Caa অৰ্থাৎ Citizen Amendment Actলৈ হোৱা এই আন্দোলনৰ ফলত বহুতো ক্ষয় ক্ষতি হৈছিল আমাৰ ৰাজ্যত।
এই কা আন্দোলন শেষ নহওঁতে দেশত আহি গৈছিল মহামাৰী Covid19 তাৰ ফলটো দেশৰ লগতে আমাৰ ৰাজ্য অসমৰো বহুত মানুহৰ ক্ষয় ক্ষতি ৰ লগতে বহুত মানুহ মৃত্যু মুখত পৰিছিল।
তেনেকৈ আমাৰ ৰাজ্যৰ বহুত মানুহ নিবনুৱা হৈ পৰিছিল। কিন্তু এতিয়া যদি আকৌ সেই আগৰ দৰে কা আন্দোলন হয় তেতিয়া সেই নিবনুৱা হৈ ইমানদিনে বহি থকা মানুহবোৰে পিছত কিবা নহয় কিবা কৰি চলি আছিল কিন্তু আকৌ আগৰ দৰে আন্দোলন হলে আগৰদৰে নিবনুৱা হৈ পৰিব নেকি সেই মানুহবোৰ?