নলবাৰীত সংঘটিত হল সোণৰ গহণা চুৰিকাণ্ড।আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হল চুৰি সোণৰ গহণা।নলবাৰীৰ চামতা পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃত্যুঞ্জয় দাস আৰু বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিটুমনি শৰ্মাৰ নেতৃত্বত সফল অভিযান।উল্লেখ্য যে নলবাৰীৰ গামেৰিমুৰিৰ ৰূপক শৰ্মাৰ ঘৰৰপৰা যোৱা ৰবিবাৰে সন্ধিয়া চুৰি হৈছিল প্ৰায় পাচ লাখ টকাৰ সোণৰ গহণা আৰু কাপোৰৰ লগতে নগদ ধন।এই চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত কৰ্ণ বৰ্মন আৰু পুৰৱী বৰ্মন নামৰ এহাল দম্পতীক ইতিমধ্যেই আটক কৰিছে আৰক্ষীয়ে।দম্পতী হালৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে চোৰাং সোণৰ গহণা।চুৰি হোৱা সোণৰ গহণাৰ লগতে নগদ ধন ৰঙিয়া আৰু গোবৰাদলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। চুৰি সোণৰ গহণা "জান্না স্মল ফাইনেন্স জমা দি দম্পতী হালে লৈছিল ঋণ।কিন্তু কোনো তথ্য অবিহনেই জান্না স্মল ফাইনেন্স বেংকে কেনেকৈ ঋণ দিলে সেই সম্পৰ্কেও চলিছে তদন্ত ।আৰক্ষীৰ এনে তৎপৰতাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Compact SUV सेगमेंट में Tata Punch लगातार बनी हुई है ग्राहकों की पसंद, जानें कैसा रहा बाकी Top-5 गाड़ियों का हाल
भारत में Compact सेगमेंट की SUV की सबसे ज्यादा बिक्री होती है। इस सेगमेंट में Tata Maruti...
इन iPhone में नहीं चलेगा WhatsApp, कंपनी जल्द बंद कर देगी सपोर्ट, क्या है वजह?
WABetaInfo की एक रिपोर्ट के अनुसार 5 मई 2025 से वॉट्सऐप iOS 15.1 से पहले के वर्जन को सपोर्ट नहीं...
चिमुकल्याला खेळता-खेळता श्वास घेता येईना, एक्सरे बघून पालक हादरले... । Hpn Marathi News
चिमुकल्याला खेळता-खेळता श्वास घेता येईना, एक्सरे बघून पालक हादरले... । Hpn Marathi News
જાફરાબાદ તાલુકાના ટીંબી ગામે એસટી બસનું ટાયર ફાટયું...
જાફરાબાદ તાલુકાના ટીંબી ગામે એસટી બસનું ટાયર ફાટયું...
दिल्ली के रोहिणी में नाबालिग का यौन उत्पीड़न करने वाला आरोपित गिरफ्तार
दिल्ली के रोहिणी इलाके में एक नाबालिग का यौन उत्पीड़न करने के आरोप में एक व्यक्ति को गिरफ्तार...