সোণাৰি পৌৰসভাৰ অন্তৰ্গত নলা-নৰ্দমাবোৰ নিষ্কাষণ নকৰাৰ বাবেই কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৌৰবাসীয়ে। বুধবাৰে উদ্ভৱ হোৱা কৃত্ৰিম বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এগৰাকী নাগৰিকে কয় যে পোৰসভাৰ একাংশ বাসিন্দাৰো দোষ আছে এই ক্ষেত্ৰত। নলা-নৰ্দমাসমূহত একাংশ লোকে প্লাষ্টিক আদি জাবৰ-জোথৰসমূহ পেলোৱাৰ ফলত পানী ওলাই যাব নোৱাৰে আৰু তাৰ ফলত নিজেই সমস্যাৰ সন্মুখীন হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hyderabad में प्रचार के दौरान बीफ(मांस) शॉप पहुंचे Owaisi, दुकानदार से कहा- गोश्त काट रहे हो आप...
Hyderabad में प्रचार के दौरान बीफ(मांस) शॉप पहुंचे Owaisi, दुकानदार से कहा- गोश्त काट रहे हो आप...
Bajaj Finserv Futures Strategy | Breakout के बाद जारी रहेगी Momentum? | Business News | CNBC Awaaz
Bajaj Finserv Futures Strategy | Breakout के बाद जारी रहेगी Momentum? | Business News | CNBC Awaaz
સુરત શહેરના સારોલી વિસ્તારમાં આમ આદમી પાર્ટી દ્વારા ગેરંટી કાર્ડનું વિતરણ કરવામાં આવ્યું.
સુરત શહેરના સારોલી વિસ્તારમાં આમ આદમી પાર્ટી દ્વારા ગેરંટી કાર્ડનું વિતરણ કરવામાં આવ્યું.
...
चक्क रस्त्यावरील पूल कोसळला, घटना कॅमेऱ्यात कैद,सुदैवाने जीवितहानी टळली
चक्क रस्त्यावरील पूल कोसळला, घटना कॅमेऱ्यात कैद,सुदैवाने जीवितहानी टळली