সোণাৰি পৌৰসভাৰ অন্তৰ্গত নলা-নৰ্দমাবোৰ নিষ্কাষণ নকৰাৰ বাবেই কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৌৰবাসীয়ে। বুধবাৰে উদ্ভৱ হোৱা কৃত্ৰিম বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এগৰাকী নাগৰিকে কয় যে পোৰসভাৰ একাংশ বাসিন্দাৰো দোষ আছে এই ক্ষেত্ৰত। নলা-নৰ্দমাসমূহত একাংশ লোকে প্লাষ্টিক আদি জাবৰ-জোথৰসমূহ পেলোৱাৰ ফলত পানী ওলাই যাব নোৱাৰে আৰু তাৰ ফলত নিজেই সমস্যাৰ সন্মুখীন হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા નગરપાલિકા દ્વારા નવિન રોડ સાથે ફુટપાથનુ રીનોવેશનની કામગીરી હાથ ધરાઈ..
ડીસા નગરપાલિકા દ્વારા નવિન રોડ સાથે ફુટપાથનુ રીનોવેશનની કામગીરી હાથ ધરાઈ..
एक्सप्रेस-वे के जरिए यूपी के हर छोर की दूरी कम कर देना, मोदी सरकार की बड़ी उपलब्धि
मोदी सरकार के पहले कार्यकाल और दूसरे कार्यकाल में एक बात पर जिसने पूरी दुनिया का ध्यान अपनी ओर...
વડોદરા: સયાજીગંજ પોલીસે મારામારીના ગુન્હા ના વોન્ટેડ આરોપીને ઝડપી પાડ્યો
વડોદરા: સયાજીગંજ પોલીસે મારામારીના ગુન્હા ના વોન્ટેડ આરોપીને ઝડપી પાડ્યો
কঞাঁ ক্ৰিকেট ক্লাবৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক প্ৰাইজমাণী টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন।
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁ গাওঁৰ কঞাঁ ক্ৰিকেট ক্লাবৰ সৌজন্যত অইন...
અમદાવાદ વટવા જીઆઇડીસીમાં કોથળામાં મળેલ લાશનો ભેદ ઉકેલતી વટવા જીઆઇડીસી પોલીસ
અમદાવાદ વટવા જીઆઇડીસીમાં કોથળામાં મળેલ લાશનો ભેદ ઉકેલતી વટવા જીઆઇડીસી પોલીસ