পশ্চিম যোৰহাটৰ ভাৰত পেট্ৰলিয়ামৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোত যোৰহাটৰ মহবন্ধাৰ মনিষা নায়ক নামৰ এগৰাকী যুৱতী থিতাতে নিহত হয়। চাঙচোৱাৰ আকাশ ঘাটোৱাৰ নামৰ এজন যুৱকৰ সৈতে পালচাৰ বাইকত আহি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়। আহত যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও যুৱকজনে চিকিৎসালয়ৰ পৰা পলায়ন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মঙ্গলদৈ জিলা পুথিভঁৰালত সামৰণি পৰিল সত্ৰীয়া নৃত্য আৰু বৰগীত অনুষ্ঠান
নৃত্যাঙ্গন সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাহজোৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠাননৃত্যাঙ্গন সত্ৰীয়া সংগীত...
अमानगंज बाईपास के पास अनियंत्रित होकर पलटा संतरे से भरा पिकअप
अमानगंज बाईपास के पास संतरे से भरा पिकअप पलटा बाल बाल बची पिकअप चालक की जान संतरे चारों तरफ फैले...
ઠાસરા ગલતેશ્વર તાલુકાઓ માંથી પસાર થતી મહીસાગર અને શેઢી નદીઓ બે કાંઠે.
ઠાસરા અને ગળતેશ્વર તાલુકા ની મહીસાગર અને શેઢી નદી માં પાણી ની સપાટી વધી રહી છે.
ઠાસરા અને...
आजमगढ़ पुलिस ने साफ तौर से किया इंकार।
जनपद आजमगढ़ ग्राम अहरौला में, पुलिस ने साफ तौर पर किया इंकार।सूत्रों के मुताबिक आजमगढ़ अहरौला थाना...