ই-ৰিক্সা চালকৰ সন্দৰ্ভত জনোৱা সিধান্ত বাতিল কৰিলে APDCL য়ে
ই-ৰিক্সা চালকে ঘৰুৱা বিদ্যুৎ ব্যৱহাৰ কৰিব নোৱাৰা সন্দৰ্ভত জাননী দিছিলে APDCL য়ে | APDCL ৰ এই সিধান্ত বিৰোধিতা কৰি ৰাজ্যৰ প্ৰত্যেক খন জিলাতেই আজি তীব্ৰ প্ৰতিবাদ হৈছিল | যাৰ বাবে এই সিধান্ত স্থগিত ৰাখিলে AODCL য়ে | মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত স্থগিত ৰাখিলে APDCL য়ে ৷ পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে আলোচনাত বহিব APDCL |