কালি অথাৎ ২৭ জুলাই ২০২২ তাৰিখে সামৰণি পৰা অসম যুৱ অলিম্পিকত ভাৰোত্তোলন প্ৰতিযোগিতাত ধেমাজি জিলাৰ দলটোৱে সৰ্বমুঠ ৭ টা পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰশিক্ষক বীৰেন বৰপাত্ৰগোঁহাইৰ নেতৃত্বত ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ধেমাজিয়ে এটা সোণৰ, দুটা ৰূপৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মানেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व कृषि मंत्री प्रभुलाल सैनी ने दूनी विद्यालय में एक पेड़ मां के नाम पौधरोपण कर अभियान को गति दी
टोंक। दूनी तहसील मुख्यालय स्थित पीएम श्री राजकीय उच्च माध्यमिक विद्यालय दूनी में गुरुवार को पूर्व...
Farmers Protest: Shambhu Border पर किसानों के सामने नई चुनौती, बारिश ने बिगाड़ा सारा खेल | MSP
Farmers Protest: Shambhu Border पर किसानों के सामने नई चुनौती, बारिश ने बिगाड़ा सारा खेल | MSP
અંબિકા માતાજીના મંદિરે ભવ્ય પલ્લીનું આયોજન કરવામાં આવે છે ......
અંબિકા માતાજીના મંદિરે ભવ્ય પલ્લીનું આયોજન કરવામાં આવે છે ......
વડોદરામાં પતંગ ના દોરા થી મોત નો આંક થયો ૨આજે વડોદરામાં વધુ એક બનાવ નોંધાયું..
વડોદરામાં પતંગ ના દોરા થી મોત નો આંક થયો ૨આજે વડોદરામાં વધુ એક બનાવ નોંધાયું..
টকৌবাৰী গাঁও পঞ্চায়তত ২০২১-২২ বিত্তীয় বৰ্ষৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ প্ৰথমটো প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহৰ শুভ উদ্বোধন।
২০২১-২২ বিত্তীয় বৰ্ষৰ ১ লাখ ৪৭ হাজাৰ টকাৰ আঁচনিৰে নিৰ্মিত গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ...