কাজিৰঙাৰ হালধীবাৰীত মাক পোৱালী গঁড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম।গঁড়ৰ ঘাইপথ অতিক্ৰমৰ দৃশ্যই আপ্লুত কৰিলে সকলোকে।কাজিৰঙাৰ টুৰিষ্ট গাইড পাপু বৰাৰ কেমেৰাত বন্দী হল গঁড়ৰ ঘাইপথ অতিক্ৰম কৰা এই দৃশ্য।বাহন ৰখাই সকলোৱে উপভোগ কৰিলে এই দৃশ্য।