আজি কটাশবাৰীত অসম গণ পৰিষদৰ  পঞ্চায়ত পৰিষদৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাত কেবাগৰাকী অগপ নেতা উপস্থিত থাকি দলটোৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা আগবঢ়ায় ৷