অজিত বৰাই ২০১৬ চনতে ডুমডুমা আৰক্ষী থানাত চুৰাং হাতী চিকাৰী বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৫১৮/১৬ নম্বৰৰ গোচৰ কৰি চিদ্দিক উপাধিৰ এজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ তাৰ পাছত আজি বৃহস্পতিবাৰে তিনিচুকীয়াৰ আদালতত ঘোষণা কৰা শুনানীত অসন্তুষ্টি প্ৰকাশ কৰে অজিত বৰাই ৷ বৰাই উক্ত ঘটনাৰ এক দণ্ডাধীশ পয্যায়ৰ তদন্ত বিচাৰিছে ৷
অজিত বৰাই ডুমডুমা আৰক্ষী থানাত চুৰাং হাতী চিকাৰী বিৰুদ্ধে এজাহাৰ দাখিল কৰা পাছত শুনানীত অসন্তুষ্টি
![](https://i.ytimg.com/vi/9R5HWSxS7r4/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)