অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে কংগ্ৰেছ | অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক বিশাক উপাধ্যায় শিৱসাগৰত উপস্থিত হৈ গ্ৰাহক আৰু বিক্ৰেতাৰ লগত মত বিনিময় কৰে | লগতে হাতে হাতে প্লে কাৰ্ড , বেনাৰ , চিলিণ্ডাৰ গেছ লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা গৰাকী |