চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই বৃহস্পতিবাৰে  তিনিচুকীয়াৰ কাপ্তানচুকৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ।

তিনিচুকীয়া জিলাৰ গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত এতিয়ালৈকে মুঠ চাৰিটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিছে জিলা প্ৰশাসনে ।