অহা ২৮ আগষ্ট তাৰিখে ৰেডিঅ’ যোগে প্ৰচাৰিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান “মন কী বাত” । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন মণ্ডলৰ লগতে বুথ সমূহতো গ্ৰহণ কৰা হ'ব বিশেষ কাৰ্যসূচী। সোণাৰি বিধান সভা সমষ্টিৰ বৰহাট মণ্ডল সমিতিৰ অন্তৰ্গত ২০১ নং বুথত উপস্থিত থাকিব সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। অনুষ্ঠানত দলীয় কাৰ্যৰ্কতা সকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાડુઆતની માહિતી પોલીસ સ્ટેશનને પહોંચાડવી જરૂરી
ભુજ, બુધવારઃ
ત્રાસવાદીઓ કે આતંકવાદી અગર તો ઉધોગગૃહો માટે બહારથી આવતા લોકોમાં કોઇ અસમાજિક...
18 की उम्र में कंपनी बनाई, पौधे बेचकर महीने के लाखों कैसे कमाने लगे? Dhansu Idea E6|The Green Wealth
18 की उम्र में कंपनी बनाई, पौधे बेचकर महीने के लाखों कैसे कमाने लगे? Dhansu Idea E6|The Green Wealth
AAJTAK 2 | LOKSABHA CHUNAV 2024 | FARIDABAD LOKSABHA SEAT पर BJP प्रत्याशी का बड़ा दावा | AT2 VIDEO
AAJTAK 2 | LOKSABHA CHUNAV 2024 | FARIDABAD LOKSABHA SEAT पर BJP प्रत्याशी का बड़ा दावा | AT2 VIDEO