মৰান অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান  মৰান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  আজি ভূগোল বিষয়ৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰাহয়। মৰান মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড°ৰাজীৱ হাজৰিকাই প্ৰণয়ন কৰা প্ৰাকৃতিক ভূগোল নামৰ গ্ৰন্থখনৰ প্ৰথম খণ্ডটো  উন্মোচন কৰে  ডিব্ৰুগড় হনুমান বক্স  সুৰষজমল কানৈ  মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা  তথা বিশিষ্ট সাহিত্যিক ড° ভাৰতী দত্তই  উন্মোচক গৰাকীয়ে  ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ  ভুগোল বিভাগত অধয়ন কৰি থকা প্ৰথম ষানাষিকৰ  ছাত্ৰ -ছাত্ৰীৰ বাবে যুগুত কৰা উক্ত পুথিখনে যথেষ্ট উপকৃত কৰিব বুলি কয়।

উন্মোচনীসভাখনত বিশিষ্ট অতিথি হিচাবে ভাষন আগবঢ়ায় ডিব্ৰুগড় বিশশ্ববিদ্যালয়ৰ  অৱসৰ প্ৰাপ্ত অধ্যাপক ড°কমলেশুৰ দত্ত,  মৰানমহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোৱৰ জ্যেষ্ঠ সাংবাদিক বাছা বড়া ,  মৰিনমহিবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকাড°যুতিমণি বৰদলৈে। ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক  আত্মাৰাম কুমাৰে আঁত ধৰা সভাখনতগ্ৰন্থ।প্ৰনেতা ড°ৰাজীৱ হাজৰিকা  মৰিপ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকড°ৰাজেন বৰঠাকুৰ  ড° অশোক।দত্ত ।অধ্যাপিকা ড°পূৰবী নাথ, আৰু আল্পনা গগৈ ভূঞাই বক্তব্য প্ৰদান কৰে।