জলজীৱন মিছন আঁচনি সন্দৰ্ভত মৰিগাঁৱত এদিনীয়া কৰ্মশালা। জনস্বাস্থ্য কাৰিকৰী বিভাগ, মৰিগাঁও সংমণ্ডলৰ উদ্যোগত জলজীৱন মিছন আঁচনিৰ জড়িয়তে গাঁৱ অঞ্চলৰ প্ৰতিঘৰ মানুহে ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী পোৱা, আঁচনিখনৰ কামকাজৰ তদাৰকী , পৰিচালনা আৰু দীৰ্ঘম্যাদী কৰাৰ বাবে জনসাধাৰণৰ সহায় সহযোগিতা আদি কৰি আঁচনি খন সফল ৰূপায়ন কৰা সন্দৰ্ভত অসম জীবিকা অভিযানৰ CLF, VO আৰু আত্মসহায়ক গোটৰ সদস্যা সকলৰ মাজত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।উক্ত কৰ্মশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগ মৰিগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা তথা দিলীপ কাকতি, সহকাৰী কাৰ্যবাহী অভিযন্তা দিবেশ চন্দ্ৰ ৰায় মেধি, সহকাৰী কাৰ্যবাহী অভিযন্তা (কাৰীকৰি) মহাদেৱ ডেকা, ASLRMৰ জিলা প্ৰকল্প প্ৰৱন্ধক ধীৰাজ নাথৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ মৰিগাঁও সংমণ্ডলৰ বহুকেইজন বিষয়া আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अब फ्री नहीं मिलेगा 5G इंटरनेट का मजा! Jio और Airtel लेकर आने वाली है पेड प्लान
एक रिपोर्ट में कहा गया है कि 2024 की दूसरी छमाही में जियो और एयरटेल भारती ग्राहकों के लिए पेड...
કુદરત કા કરિશ્મા ચાર પગવાળી બાળકીનો થયો જન્મ.
મધ્યપ્રદેશના ગ્વાલિયરની એક ઘટનાને જાણ્યા પછી લોકો તેને જોવા માટે ઉત્સુક બની ગયા છે. હકીકતમ આ...
Ramadan 2024: रमजान के रोजे में डायबिटीज न बने परेशानी, इसके लिए रखिए इन 5 बातों का ख्याल
मुसलमानों के लिए रमजान का महीना पाक होता है। इस बार 12 मार्च से इसकी शुरुआत हो रही है। चूंकि...
4 वर्ष पूर्व लगाए पौधों का मनाया जन्मदिन, किया नवीन पौधारोपण
सुल्तानपुर. नगर मे पर्यावरण संरक्षण के महत्व को ध्यान में रखते हुए सुल्तानपुर नगर के सामाजिक...