মুকলি কৰে বিটিচি উপমুখ্য কাৰ্যবাহী তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গবিন্দ চন্দ্ৰ বসুমতাৰী।বৃহত্তৰ গৰুৱাঝাৰ অঞ্চলত মাদ্ৰাচা শিক্ষা প্ৰৱতনৰ বাবে ওদালগুৰি জিলাৰ ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ২২ টা মচজিদৰ দ্বাৰা ১৯৯৭ তে প্ৰতিষ্ঠা কৰিছিল উক্ত মাদ্ৰাচা বিদ্যালয় খন।মাদ্ৰাচাখন চৰকাৰীভাৱে স্বীকৃতি প্ৰাপ্ত আছিল যদিও কৰ'না মহামাৰীৰ চৰকাৰী নিষেধাজ্ঞাৰ বাবে যোৱা দুটা বছৰে বন্ধ হৈ আছিল।সেয়েহে আজি পুনৰ ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা বিটিচি উপমুখ্য কাৰ্যবাহী গবিন্দ চন্দ্ৰ বসুমতাৰীৰ দ্বাৰাই আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি পুনৰবাৰ মাদ্ৰাচাখন মুকলি কৰি দিয়ে।লগতে বিটিচি উপমুখ্য কাৰ্যবাহী গৰাকীয়ে ই- ৰিক্সা সন্দৰ্ভত বিদ্যুৎ বিভাগেই গ্ৰাহকক বিদ্যুৎ যোগান ধৰি যিমান পৰিমাণৰ মাচুল আদায় পাব লাগিছিল তাৰ অনুপাতে কম মাচুল পৰিসুধ হোৱাৰ বাবে চৰকাৰে এই সিধান্ত গ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संविधान दिवस पर डॉ. बी.आर. अंबेडकर का स्मरण करते हुए तरुण चुग ने देश की एकता और प्रगति का आह्वान किया
मोदी के नेतृत्व में बाबासाहेब के सपनों का मजबूत, समृद्ध, सशक्त और आत्मनिर्भर भारत का निर्माण :...
નવરાત્રિના તહેવાર દરમિયાન મહિલાઓને કોઈપણ પ્રકારની હેરાનગતિ હોઈ 181 મહિલા હેલ્પ લાઇનની મદદ લેવા માટે અભયમ ટીમ નર્મદા તરફ થી કરાયો જાહેર અનુરોધ
નવરાત્રિના તહેવાર દરમિયાન મહિલાઓને કોઈપણ પ્રકારની હેરાનગતિ હોઈ 181 મહિલા હેલ્પ લાઇનની મદદ લેવા...