আজি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বিভিন্ন ৰোগত ৰোগাক্ৰান্ত লোক সকলক চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক ভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বদান্যতাত ২৩০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁ‌জিৰ চেক প্ৰদান কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই।