কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰত খান্দি থোৱা উন্মুক্ত গাঁতৰ বাবে এগৰাকী বিদ্যালয়ৰ ছাত্ৰীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পিছত ৰাজ্য চৰকাৰে উক্ত বিষয়টি গুৰুত্বসহকাৰে গ্ৰহণ কৰে। অনুৰূপ ঘটনাত যাতে কোনো লোক দূৰ্ঘটনাত পতিত হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনেও সামাজিক মাধ্যমৰ জৰিয়তে এক আহ্বান জনাইছে। দৰং জিলাৰ মূলপথসমূহ, পথাচাৰীয়ে নিতৌ ব্যৱহাৰ কৰা বাট-পথ সমূহৰ লগতে নিৰ্মাণ হৈ থকা যিকোনো নলা -নৰ্দমাৰ উন্মুক্ত গাত বা খালৰ তথ্য দৃষ্টি গোচৰ হোৱাৰ লগে-লগে সচেতন ৰাইজক (ফোন/ৱাটছ এপ)যোগে 94358 44400 নম্বৰত জনাবলৈ উপায়ুক্ত, দৰং এ অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારતીય વિદેશ મંત્રીએ ચીનને ટક્કર આપતા કહ્યું કે, આગળના સંબંધો સરહદની સ્થિતિ જોઈને નક્કી કરવામાં આવશે
ભારતના વિદેશ મંત્રી એસ જયશંકરે સોમવારે કહ્યું હતું કે “સીમાની સ્થિતિ” ભારત અને ચીન...
সোণাৰিত স্বাধীনতা দিৱসৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা
সোণাৰিত স্বাধীনতা দিৱসৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। চৰাইদেউ জিলা প্ৰশাসনৰ...
ગીર સોમનાથમાં યોગી આદિત્યનાથના AAP અને Congress પર પ્રહાર | TV9GujaratiNews
ગીર સોમનાથમાં યોગી આદિત્યનાથના AAP અને Congress પર પ્રહાર | TV9GujaratiNews
যোৰহাট লিচুবাৰীৰ গ্ৰেণেড বিস্ফোৰণত জড়িত এজনক।আটক কৰি যোৰহাটৰ আৰক্ষীক মৰাণ আৰক্ষীয়ে গটাই দিয়ে।
যোৰহাট লিচুবাৰিৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত এজনক আটক কৰিছে মৰাণ আৰক্ষীয়ে । ডিব্ৰুগড় জিলাৰ মৰিণ...