গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বন বিভাগে চোৰাং কাঠ সৰবৰাহ তথা অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ধূপধৰাৰ সমীপৰ মালাংকোণাত বনবিভাগে এটা অবৈধ কাঠফলা কল উৎখাত কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্যমতে গোপন সূত্ৰে লাভ কৰা এক খবৰৰ ভিত্তিত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া শৰত দাসৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে ধূপধৰাৰ মালাংকোণাত অভিযান চলাই অবৈধ কলটো উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । পিচত জব্দ কৰা মিলৰ যন্ত্ৰপাতিৰ লগতে কুণ্ডাসমূহ ধূপধৰাস্থিত কাঠভঁৰাল চৌহদলৈ অনা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધોરાજી:કોંગ્રેસના ધારાભ્ય લલિત વસોયાએ કહ્યુ આમ આદમી પાર્ટીને મત આપવા કરતા ભાજપને મત આપજો #videoviral
ધોરાજી:કોંગ્રેસના ધારાભ્ય લલિત વસોયાએ કહ્યુ આમ આદમી પાર્ટીને મત આપવા કરતા ભાજપને મત આપજો #videoviral
Agniveer aspirants express their difficulties and challenges in hilly terrain like Shillong
Agniveer rally for Indian Army under the Agnipath scheme which is being held at Manekshaw...
ગૃહમંત્રી હર્ષ સંઘવી વડોદરાના મેયર પર થયા ગુસ્સે
ગૃહમંત્રી હર્ષ સંઘવી વડોદરાના મેયર પર થયા ગુસ્સે
ರಾಷ್ಟ್ರಪತಿ ದ್ರೌಪದಿ ಮುರ್ಮು ಸೇರಿದಂತೆ ಮೂವರಿಗೆ ಗೌರವ ಡಾಕ್ಟರೇಟ್
ರಾಷ್ಟ್ರಪತಿ ದ್ರೌಪದಿ ಮುರ್ಮು, ಶಿಕ್ಷಣ ತಜ್ಞರಾದ ಎನ್. ರಾಮಚಂದ್ರಯ್ಯ ಹಾಗೂ ವೆಂಕಟ ಲಕ್ಷ್ಮೀನರಸಿಂಹರಾಜು ಅವರಿಗೆ...