আজি ২৫ আগষ্ট। আজিৰ দিনটোত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সেনানি আজাদ হিন্দ ফৌজৰ প্ৰথম গৰাকী বীৰ শ্বহীদ মেজৰ দূৰ্গা মল্ল ৰ আজি পূণ্য তিথি। অৰ্থাৎ বলিদান দিৱস হিচাপে পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰ গোৰ্খা ভৱনতো শ্বহীদ গৰাকীক হুৱৰি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিলাপথাৰ লাইন্স ক্লাৱৰ সহযোগত অনুষ্ঠিত কৰা হয় ৰক্তদান শিৱিৰ । প্ৰথমে বীৰ শ্বহীদ মেজৰ দূৰ্গা মল্ল প্ৰতিচ্ছবিত মাল্য অৰ্পণ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তাৰ পিছতেই ৰক্তদান শিৱিৰ আৰম্ভ কৰা হয়। আজিৰ এই ৰক্তদান শিৱিৰত আগছুকে ধৰি ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ৰক্তদান প্ৰদান কৰা দেখা যায় । প্ৰায় ৫০ জনৰো অধিক লোকে আজি ৰক্তদান প্ৰদান কৰে বুলি আগছুৰ ধেমাজি জিলা সভাপতি সোমৰাজ পুৰিয়ে জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰত পূব ডেফেলী অখণ্ড বহুমুখী সমবায় সমিতি লিমিটেডৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ#news #views
গোৰেশ্বৰত পূব ডেফেলী অখণ্ড বহুমুখী সমবায় সমিতি লিমিটেডৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ#news #views
কছাৰীতলত প্ৰধানমন্ত্ৰী আবাস গৃহৰ আধাৰশিলা স্থাপন ই এম দিগন্ত বৰুৱাৰ
কছাৰীতল VCDCৰ অন্তৰ্গত প্ৰায় ৩২ গৰাকী হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ...
গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত ছুটিছবি নিৰ্মান কৰ্মশালাৰ সামৰণি
আজিৰ খবৰ, গুৱাহাটী, ৩১জুলাই, ২০২২ : গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত আৰু নৱ-সংকল্প থিয়েটাৰ...
Qualcomm का सेमीकंडक्टर डिजाइन सेंटर चेन्नई में शुरू हुआ, देशभर में 5G और 6G लैब भी लगाएगी कंपनी
Qualcomm ने चेन्नई में क्वालकॉम के डिजाइन सेंटर शुरू किया है। इसके उद्घाटन में केंद्रीय मंत्री...