ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত ইউৰিয়াকে ধৰি বিভিন্ন ঠাইত সাৰৰ কৃত্ৰিম নাটনি হৈছে৷ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত শালিধানত নানা ধৰনৰ ৰোগে আক্ৰমণ কৰিছে৷ইয়াৰ বাবে কৃষক সকলে দোকানে দোকানে সাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ইয়াৰ এটা সুব্যৱস্থা কৰিবলৈ ভূক্তভোগি সকলে চৰকাৰক দাবী জনাইছে৷