গহপুৰৰ বাকৰী দলনি এজন যুৱক কৰ্মৰ সুত্ৰে অৰুণাচলৰ চেপ্পাত শক্তি বিভাগত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যদিও যোৱা ২২জুলাই তাৰিখ শুক্ৰ বাৰে দিনৰ ১১:০০ বজাত বিদ্যুতৰ পৰিবাহী তাৰত কৰ্মৰত অৱস্থাত বিদ্যুৎ স্পৰ্শ হৈ সংকট জনক অৱস্থাত বিমল আচাৰ্য্য উদ্ধাৰ কৰি লগে লগে তেওঁক তেজপুৰ এখন হস্পিটালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ সু পৰামৰ্শ মতে পিছত তেওঁক তেজপুৰৰ পৰা গুৱাহাটী নেমকেয়াৰ হস্পিটাল লৈ যোৱা হয়। বৰ্তমান বিমল আচাৰ্য্য নেমকেয়াৰ হস্পিটাল ( icu)ত সংকট জনক অৱস্থাৰ চিকিৎসাধিন হৈ আছে। 

সেহে স্থানীয় ৰাইজ আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বেগীজান আঞ্চলিক সমিটিয়ে অসমৰ মুখ্য মন্ত্ৰী আৰু স্বাস্থ মন্ত্ৰী লগতে গহপুৰৰ স্থানীয় বিধায়ক,বিভিন্ন দল সংগঠনক লগতে অসমৰ ৰাইজক আহ্বান কৰে তেওঁৰ উন্নত চিকিৎসা বাবে সকলোৰে আৰ্থিক ভাৱে সহায় কৰিবলৈ আৰু আশীৰ্বাদৰ কৰি তেখেত যাতে আমাৰ মাজত সুস্থ হৈ পুনৰ ঘূৰি অহাৰ বাবে তাৰে কামনা আহ্বান জনাই।কোনো সদাশয় লোকে তেখেতক সহায় কৰিব বিচাৰিলে তলত দিয়া A/C নম্বৰত যোগাযোগ কৰেযেন।                     

Details of Account

Name:BIMAL ACHARYA

A/C :31793431829

IFSC:SBIN0005738

SBI Seppa Main Branch

Google pay number - 8073620400(Ramesh Acharya) 

Contact no - 8073620400