◼️ অসমীয়া সাহিত্য জগতত মাজুলীৰ একাংশ ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্টাত অসমীয়া আলোচনী 'অস্তৰাগ' প্ৰকাশ

মাজুলী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰছাত্ৰীয়ে মহাবিদ্যালয় খনৰ কেশৱৰাম বৰা পেক্ষাগৃহত এই তিনিমহীয়া আলোচনী খন উন্মোচন কৰা হয়।

নৱ প্ৰজত্মৰ মাজত শৈক্ষিক চেতনা উন্মেষৰ বাবে এই প্ৰয়াস কৰিছে। মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ভূঞাই এই আলোচনী খন উন্মোচন কৰে৷