ঘিলামৰা উন্নয়ন খণ্ডৰ কৃষক ৰাইজৰ মাজত শালি ধানৰ কঠিয়া বিতৰণ।

ঢকুৱাখনা মহকুমাৰ কৃষি বিষয়া গৌতম ডেকা আৰু ঢকুৱাখনা মহকুমাধিপতি অৰিন্দম বৰুৱাৰ লগতে ঘিলামৰা কৃষি চক্ৰ সহায়ক ৰূপক দত্ত আদি কৰি কেইবাজনো কৃষি বিষয়া কৰ্মী উপস্থিত থাকে।

ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘিলামৰা পঞ্চায়তৰ বহু কৃষকৰ মাজত উন্নত প্ৰজাতি শালি ধানৰ কঠিয়া বিতৰণ কৰে।