ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত চলি থকা 'বি' ডিভিজন ফুটবল লীগৰ আজিৰ উত্তেজনাপূৰ্ণ প্ৰথম ছেমিফাইনেলত অলংবাৰ ক্ৰীড়া সন্থাই পীতাম্বৰৰ বাৰদৈ ক্লাৱক ৩ — ০ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কাইলৈ দ্বিতীয় ছেমিফাইনেলত অৱতীৰ্ণ হব ৰঙিয়া এফ চিৰ বিৰুদ্ধে পূব বাৰংহাটী ফুটবল ক্লাবে । আজিৰ ছেমিফাইনেল খেলখন উদ্বোধন কৰে ৰঙিয়া - কমলপুৰ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী অভিযন্তা আব্দুল মজিদে। খেলখন পৰিচালনা কৰে ৰেফাৰী আনচাৰ উদ্দিন আহমেদ, বাহাৰুল ইছলাম, জয়ন্ত মাধৱ দাস আৰু পহৰেদ আলী আহমেদে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰবিত্ৰ ভাদ মাহৰ কাৰ্যসূচী সামৰণী পৰে উত্তৰ কমলাবাৰী সত্ৰত।
প্ৰবিত্ৰ ভাদ মাহৰ কাৰ্যসূচী সামৰণী পৰে উত্তৰ কমলাবাৰী সত্ৰত।
થરાદ ની ખોડા ચેકપોસ્ટ ઉપર એમડી ડ્રગ્સ સાથે એકની અટકાયત..
થરાદ ની ખોડા ચેકપોસ્ટ ઉપર એમડી ડ્રગ્સ સાથે એકની અટકાયત..
( બ્યુરો રિપોર્ટ નીરજ બોરાણા...
Weather Update: नोएडा में बुरा हाल, ईको-टेक में फिर गाड़ियां डूबी | IMD Alert। Uttar Pradesh Rain
पिछले दिनों दिल्ली में बाढ़ से लोगों को परेशानी हुई थी, वहीं अब लगता है कि यूपी में भी ऐसी ही...
SI पेपर लीक मामले में भजनलाल सरकार की सुप्रीम कोर्ट में बड़ी जीत
राजस्थान में SI भर्ती पेपर लीक मामले में भजनलाल सरकार को सुप्रीम कोर्ट से एक बड़ी जीत मिली है....