ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত চলি থকা 'বি' ডিভিজন ফুটবল লীগৰ আজিৰ উত্তেজনাপূৰ্ণ প্ৰথম ছেমিফাইনেলত অলংবাৰ ক্ৰীড়া সন্থাই পীতাম্বৰৰ বাৰদৈ ক্লাৱক ৩ — ০ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কাইলৈ দ্বিতীয় ছেমিফাইনেলত অৱতীৰ্ণ হব ৰঙিয়া এফ চিৰ বিৰুদ্ধে পূব বাৰংহাটী ফুটবল ক্লাবে । আজিৰ ছেমিফাইনেল খেলখন উদ্বোধন কৰে ৰঙিয়া - কমলপুৰ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী অভিযন্তা আব্দুল মজিদে। খেলখন পৰিচালনা কৰে ৰেফাৰী আনচাৰ উদ্দিন আহমেদ, বাহাৰুল ইছলাম, জয়ন্ত মাধৱ দাস আৰু পহৰেদ আলী আহমেদে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
The Gujju Talk Show | Keshav Rathod | Nadeem Wadhwania | Gujarati Film Industry
The Gujju Talk Show | Keshav Rathod | Nadeem Wadhwania | Gujarati Film Industry
लद्दाख में पांच नए जिले बनाए जाने पर प्रधानमंत्री ने दी बधाई, केंद्र शासित प्रदेश लद्दाख को लेकर कह दी ये बड़ी बात
केंद्र शासित प्रदेश लद्दाख में केंद्र सरकार ने पांच नए जिले बनाने का ऐलान किया है। इसकी जानकारी...
ધાનપુરના ગરબાડા ગામમાં મેન હાઇવે સિવાય કોઈ જ રસ્તો કે RCC ની સુવિઘા નથી
ધાનપુરના ગરબાડા ગામમાં મેન હાઇવે સિવાય કોઈ જ રસ્તો કે RCC ની સુવિઘા નથી
પાલનપુરના હનીટ્રેપના ગુનામાં છેલ્લા એક વર્ષથી નાસતો-ફરતો આરોપીને ઝડપ્યો
બનાસકાંઠા-પાલનપુરના પોલીસ અધીક્ષક અક્ષય રાજ મકવાણા તથા નાયબ પોલીસ અધિક્ષક (ડીસા વિભાગ) ની સુચનાથી...