কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত গড়পোট বাপুজী হাইস্কুলৰ দুই অৱসৰি শিক্ষক ক্ৰমে বসন্ত কুমাৰ পাটোৱাৰী আৰু অমল কলিতাক আজি বিদ্যালয় কতৃপক্ষৰ তৰফৰ পৰা আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনাই৷আজি দিনৰ ভাগত বিদ্যালয় প্ৰাংগনত বিদ্যালয়ৰ শিক্ষক,ছাত্ৰছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়ো গৰাকী শিক্ষককে বিদায় সম্বৰ্ধনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা
ৰাজ্যৰ ১৯ টাকৈ বিধানসভা সমষ্টিৰ নাম সলনিসলনি হ'ল এটা লোকসভা সমষ্টিৰ নাম দেশৰ নিৰ্বাচনী আয়োগে...
श्रावणी सोमवार निमित्त वाघेश्वर मंदिरात जय्यत तयारी.
श्रावणी सोमवार निमित्ताने भाविकांची वाघोलीतील वाघेश्वर मंदिरात होणारी गर्दी लक्षात घेता वाघोली...
এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি
এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ'ব বাহন
AAJTAK 2 | PM MODI के दान वाले VIRAL VIDEO की सच्चाई जानिये... | AT2 VIDEO
AAJTAK 2 | PM MODI के दान वाले VIRAL VIDEO की सच्चाई जानिये... | AT2 VIDEO