আজাদী কা অমৃত মহোৎসবৰ লগত সংগতি ৰাখি ডবকাত দুখনকৈ বিদ্যালয় প্ৰাংগনত চি আৰ পি এফ ৰ এটা দলে ছাত্ৰ ছাত্ৰীৰ সহযোগত এক বৃক্ষ ৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ 

সেই উপলক্ষে চি আৰ পি এফ ৰ এটা দলে ডবকা এম ই মাদ্ৰাছা প্ৰাংগনত পুৱাই উপস্থিত হয়।