সোণাৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী সভা।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

সভাত মূল্যবৃদ্ধি সন্দৰ্ভত ছত্তিশগড়ৰ ৰায়পুৰৰ বিধায়ক বিকাশ উপাধ্যায়ে সোণাৰিৰ ৰাইজৰ মতামত লয়।

 

সোণাৰিত মূল্যবৃদ্ধি সন্দৰ্ভত ছত্তিশগড়ৰ সংসদীয় সচিব তথা AICCৰ সম্পাদক বিকাশ উপাধ্যায়ৰ কাৰ্যসূচী। 

 

সোণাৰিত ছত্তিশগড়ৰ সংসদীয় সচিব তথা AICCৰ সম্পাদক বিকাশ উপাধ্যায়ৰ সোণাৰিবাসী ৰাইজৰ মূল্যবৃদ্ধি সন্দৰ্ভত মতামত গ্ৰহণ। এই কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সুৰুজ দিহিঙীয়াৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে।