কেন্দ্ৰীয় চৰকাৰ আৰু জীৱন বীমা নিগম(LIC) আইডিবিআই বেংকৰ প্ৰায় ৯৪% শ্বেয়াৰৰ মালিক। তেওঁলোকে বেংকৰ প্ৰায় ৫১% অংগীদাৰিত্ব বিক্ৰী কৰা বুলি বাতৰি প্ৰকাশ পাইছে। বৰ্তমান বজাৰ মূলধনত আইডিবিআই বেংকৰ ৫১% অংশীদাৰিত্বৰ পৰিমাণ ২২,০১৭ কোটি। বিক্ৰীৰ পাছতো বেংকৰ কিছু শ্বেয়াৰ ৰখাৰ সম্ভাৱনা আছে চৰকাৰৰ।