কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত সাদিনীয়া টুৰিষ্ট গাইডৰ প্ৰশিক্ষণ কাৰ্যসূচী।কাজিৰঙাৰ কহঁৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলৰ নৱ প্ৰজন্মক পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত কৰি কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে।উল্লেখ্যে যে প্ৰতিবছৰে কাজিৰঙা দৰ্শনৰ বাবে আহে বহু সংখ্যক দেশী বিদেশী পৰ্যটক।কিন্তু প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ টুৰিষ্ট গাইডৰ অভাৱৰ বাবে সমস্যাত পৰিবলগীয়া হয় পৰ্যটকসকল।এই প্ৰশিক্ষণে তেনে সমস্যা কিছু পৰিমাণে হলেও সমাধান কৰিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
World Cup 2023: किक्रेट का महाकुंभ वर्ल्ड कप का आगाज, ENG vs NZ के बीच होगा पहला मुकाबला
World Cup 2023: किक्रेट का महाकुंभ वर्ल्ड कप का आगाज, ENG vs NZ के बीच होगा पहला मुकाबला
જુનાગઢમાં વણઝારી ચોકમાં જલારામ જયંતીની સાદગી સાથે કરવામાં આવી ઉજવણી.
જુનાગઢમાં વણઝારી ચોકમાં જલારામ જયંતીની સાદગી સાથે કરવામાં આવી ઉજવણી.
मुख्यमंत्री यांना पत्र लिहून गारखेडा येथील गावकऱ्यांनी गुरा ढोरा सह अखं गाव विक्रीला
हिंगोली जिल्ह्यात सलग तीन वर्षांपासून कधी अतीवृष्टी तर कधी ओला दुष्काळ यामुळे शेतकरी आत्महत्यांचे...
ৰাষ্ট্ৰপতিৰ পৰা শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা গ্ৰহণ "ব্ৰীজ"ৰ সবিতা দেৱী আৰু কৃপাল কলিতাৰ।
ৰাষ্ট্ৰপতিৰ পৰা শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা গ্ৰহণ "ব্ৰীজ"ৰ সবিতা দেৱী আৰু কৃপাল কলিতাৰ।
Lok Sabha Elections Phase 4 Voting LIVE: दोपहर बाद तीन बजे तक कितनी वोटिंग हुई? | Aaj Tak News
Lok Sabha Elections Phase 4 Voting LIVE: दोपहर बाद तीन बजे तक कितनी वोटिंग हुई? | Aaj Tak News