ৰাজ্যবাসীৰ বাবেই এটা ভাল খবৰ ৷ আজি ঘোষনা কৰা সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা অসমীয়া ভাষাত “ চকী আৰু অনান্য গল্প ” গ্ৰন্থৰ বাবে গোলাঘাট দৈগ্ৰোঙৰ প্ৰদ্যুন্ম কুমাৰ গগৈ লৈ আগবঢ়োৱা হৈছে৷
প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ। চকী আৰু অন্যান্য গল্প গ্ৰন্থৰ বাবে যুৱ সাহিত্যিকগৰাকীলৈ এই স্বীকৃতি। ঘোষণা কৰা হ’ল সাহিত্য একাডেমী-২০২২ যুৱ বঁটা ঘোষণা। এই বৰ্ষৰ সাহিত্য একাডেমী-২০২২ যুৱ বঁটা প্রদ্যুন্ম কুমাৰ গগৈলৈ । অসমীয়া ভাষাত প্ৰদ্যুম্ন কুমাৰ গগৈলৈ এই বঁটা। ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্রন্থখনৰ বাবে তেওঁ লাভ কৰিছে এই সন্মান। ইফালে এইবৰ্ষৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা দিগন্ত ওজালৈ । ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্রন্থৰ বাবে এই ওজালৈ বঁটা।