যিসকল ই-ৰিক্সাৰ গৰাকীয়ে ঘৰুৱা বিদ্যুত সংযোগ ব্যৱহাৰ কৰি ই-ৰিক্সা চাৰ্জ দি আছে তেওঁলোকে এতিয়াৰে পৰা আৰু নোৱাৰিব৷ইয়াৰ বাবে অন্য সংযোগৰ ব্যৱস্থা কৰিব লাগিব৷ইতিমধ্যে ৰহা বিদ্যুত উপসংমণ্ডলৰ সকলো গ্ৰাহকক জাননী যোগে এই কথা স্পষ্ট কৰি দিছে৷জাননী খনত ই-ৰিক্সাৰ চাৰ্জৰ বাবে Lt Electric vehicle charging শ্ৰেণীৰ অতিৰিক্ত সংযোগ কৰিব লাগিব৷অন্যথা ভাৰতীয় বিদ্যুত আইনৰ ১২৬ আইন মতে APDCL য়ে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিছে৷উল্লেখ্য যে অকল ৰহাই নহয় সমগ্ৰ ৰাজ্যত উক্ত ব্যবস্থা বলবৎ হব বুলি জানিব পৰা গৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arvind Kejriwal की तबीयत पर सियासत जारी, AAP ने उठाए सवाल, BJP ने किया पलटवार | Aaj Tak News
Arvind Kejriwal की तबीयत पर सियासत जारी, AAP ने उठाए सवाल, BJP ने किया पलटवार | Aaj Tak News
বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই বদলিৰ জাননী
বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই বদলিৰ জাননী
Breaking News: 10 राज्यों में चौथे चरण की वोटिंग शुरू, 96 जगहों पर मतदान | Aaj Tak
Breaking News: 10 राज्यों में चौथे चरण की वोटिंग शुरू, 96 जगहों पर मतदान | Aaj Tak
DISTRICT ADMINISTRATION THOUBAL ORGANISES MEGA SOCIAL SERVICE CAMP AT KHONGJOM WAR MEMORIAL COMPLEX
THOUBAL: In connection with the celebration of Jananeta Hijam Irawat Day, 2022, the District...