নাৰায়ণপুৰ শিক্ষাখন্ডৰ অন্তৰ্গত শান্তিজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে ৷ মেট্ৰিকত শূৰ্ণ্য ফল দেখুওৱা বিদ্যালয় খন বন্ধ ঘোষণাৰ খবৰ শুনি হুৱাদুৱা লাগিছে বিদ্যালয়খনত ৷ কাৰন ২০২১ চনত বিদ্যালয়খনত একত্ৰিকৰণ কৰা হৈছিল জয়পুৰ পিচলা উচ্চ মাধ্যমিক বিদ্যালয়ক ৷ তাৰোপৰি ২০১৭ চনত একত্ৰিকৰণ কৰা হৈছিল সমীপৰ অৰুনোদয় প্ৰাথমিক আৰু শান্তিজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ক ৷ সম্প্ৰতি শান্তিজ্যোতি উঃমাঃ বিদ্যালয় বন্ধ হোৱাত কেউখন বিদ্যালয় একেলগে বন্ধ হৈ পৰিছে ৷ সম্প্ৰতি ১৪৬ গৰাকী ছাত্ৰ ছাত্ৰী অধ্যয়নৰত বিদ্যালয়খন বন্ধ হোৱাৰ ফলত পিচপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব লাগিব ৷ যাৰবাবে শিক্ষাবিভাগক পুনৰ বাৰ বিবেচনাৰ বাবে আহ্বান জনাইছে শিক্ষকসকলৰ লগতে অভিভাৱকসকলে ৷ উল্লেখ্য যে জয়পুৰ পিচলাৰ মেট্ৰিকৰ ৰিজাল্ট এইবাৰ ৮০ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে শান্তিজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ে শূৰ্ণ্য ফল প্ৰদৰ্শন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સરકીટ હાઉસ ખાતે ભવાની મંદિર ટ્રસ્ટ દ્વારા આગામી યોજાનાર રામકથા અંગે પત્રકાર પરિષદ યોજાઈ.
સરકીટ હાઉસ ખાતે ભવાની મંદિર ટ્રસ્ટ દ્વારા આગામી યોજાનાર રામકથા અંગે પત્રકાર પરિષદ યોજાઈ.
ગાંધીનગરના ચીલોડા નરોડા હાઈવે રોડ પર ધાડપાડુ ગેંગનો કહેર, ગાડીના ચાલકને માર મારી લૂંટી છ લૂંટારૂ ફરાર
ગાંધીનગરના ચીલોડા નરોડા હાઇવે રોડ ઉપર ગઈકાલે રાત્રે આઈસર ગાડીના ચાલકને ગડદાપાટુનો ઢોર માર મારી...
চৰাইদেউ জিলাত শোক দিৱস পালন
চৰাইদেউ জিলাত শোক দিৱস পালন
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজীত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত...
पहली बार राहुल गांधी की भारत जोड़ो यात्रा में शामिल होंगी प्रियंका गांधी, मध्यप्रदेश में भाई का करेंगी स्वागत
पूर्व सीएम कमलनाथ ने बताया कि राहुल गांधी की भारत जोड़ो यात्रा में प्रियंका गांधी भी शामिल हो रही...
રાજકોટમાં બેસ્ટ શિક્ષકના મળી ચુક્યા છે એવોર્ડ
રાજકોટમાં બેસ્ટ શિક્ષકના મળી ચુક્યા છે એવોર્ડ