নাৰায়ণপুৰ শিক্ষাখন্ডৰ অন্তৰ্গত শান্তিজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে ৷ মেট্ৰিকত শূৰ্ণ্য ফল দেখুওৱা বিদ্যালয় খন বন্ধ ঘোষণাৰ খবৰ শুনি হুৱাদুৱা লাগিছে বিদ্যালয়খনত ৷ কাৰন ২০২১ চনত বিদ্যালয়খনত একত্ৰিকৰণ কৰা হৈছিল জয়পুৰ পিচলা উচ্চ মাধ্যমিক বিদ্যালয়ক ৷ তাৰোপৰি ২০১৭ চনত একত্ৰিকৰণ কৰা হৈছিল সমীপৰ অৰুনোদয় প্ৰাথমিক আৰু শান্তিজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ক ৷ সম্প্ৰতি শান্তিজ্যোতি উঃমাঃ বিদ্যালয় বন্ধ হোৱাত কেউখন বিদ্যালয় একেলগে বন্ধ হৈ পৰিছে ৷ সম্প্ৰতি ১৪৬ গৰাকী ছাত্ৰ ছাত্ৰী অধ্যয়নৰত বিদ্যালয়খন বন্ধ হোৱাৰ ফলত পিচপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব লাগিব ৷ যাৰবাবে শিক্ষাবিভাগক পুনৰ বাৰ বিবেচনাৰ বাবে আহ্বান জনাইছে শিক্ষকসকলৰ লগতে অভিভাৱকসকলে ৷ উল্লেখ্য যে জয়পুৰ পিচলাৰ মেট্ৰিকৰ ৰিজাল্ট এইবাৰ ৮০ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে শান্তিজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ে শূৰ্ণ্য ফল প্ৰদৰ্শন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Evening News: अब तक की बड़ी खबरें विस्तार से | Top Headlines Today | Awaaz Samachar | CNBC Awaaz
Evening News: अब तक की बड़ी खबरें विस्तार से | Top Headlines Today | Awaaz Samachar | CNBC Awaaz
गढी ग्रामपचायत कार्यालयामध्ये 75 व्या स्वातंत्र्य दिना निमित्त तिरंगा ध्यज रोहन संपन्न
गेवराई ( सखाराम पोहिकर ) गेवराई तालुक्यातील मौजे गढी ग्रामपंचायत कार्यालयामध्ये आज सकाळी 8 = 00...
पातूर तालुक्यातील अवकाळी पावसाने पिकाचे अतोनात नुकसान, आमदार नितीन देशमुख यांनी केली पाहणी दिले पंचनामे करण्याचे आदेश
पातूर तालुक्यातील अवकाळी पावसाने पिकाचे अतोनात नुकसान, आमदार नितीन देशमुख यांनी केली पाहणी
मनीष सिसोदिया को धनतेरस पर मिली बड़ी खुशखबरी, दिवाली से पहले जा सकेंगे घर
दिल्ली की अदालत ने तिहाड़ में बंद दिल्ली के पूर्व उपमुख्यमंत्री मनीष सिसोदिया को अपनी बीमार पत्नी...
કાંકરેજના થરામાં બાઈક ચોરીનો CCTV આવ્યો સામે..
કાંકરેજના થરામાં બાઈક ચોરીનો CCTV આવ્યો સામે..