জখলাবন্ধাৰ হস্পিতাল চাৰিআলিৰ বিজুস্মিতা হোটেলৰ বাৰান্দাত ঘপিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ ।বিজুস্মিতা হোটেলৰ কৰ্মচাৰী আছিল মৃত পিতু দাস নামৰ ব্যক্তিজন ।পিতু দাস আৰু শংকৰ চৰকাৰৰ মাজত হোৱা কাজিয়াৰ ফলতেই সংঘটিত হয় উক্ত ঘটনাটো ।শংকৰ চৰকাৰ নামৰ ব্যক্তিজনে ঘটনা সংঘটিত কৰি পলায়ন কৰি আছে বুলি জানিবলৈ দিয়ে স্থানীয় আৰক্ষী বিষয়াগৰাকীয়ে ।কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে মৃতদেহতো নিৰীক্ষণ কৰি জখলাবন্ধা আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সংঘটিত কৰি পলায় থকা অভিযুক্ত শংকৰ চৰকাৰক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આર્ટ્સ એન્ડ કોમર્સ કોલેજ ખાતે હિન્દી દિવસની ઉજવણી કરવામાં આવી
આર્ટ્સ એન્ડ કોમર્સ કોલેજ ખાતે હિન્દી દિવસની ઉજવણી કરવામાં આવી
शीतलहर से बुजुर्गों, बच्चों व बीमार का रखें विशेष ख्याल
सर्दी के इस दौर में आमजन को बेहद सतर्क रहने की जरूरत है। खासकर बच्चों, बुजुर्गों, बीमार एवं...
Mahindra ने XUV700 और XUV400 की 1 लाख से अधिक यूनिट्स को किया रिकॉल, ये रही वजह
Mahindra recalls over 1 lakh units of XUV700 and XUV400 महिंद्रा ने आधिकारिक तौर पर XUV700 और...
টুলুঙা নাৱেৰে নদী পাৰ হৈ ঔগুৰি আলিছিগা প্ৰাথমিক বিদ্যালয়ৰ "শনিবৰীয়া চ'ৰা"ত ভাগ ল'লে মহকুমাধিপতি দিনছেংফা বৰুৱা
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ঔগুৰি আলিছিগা প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিতান "শনিবৰীয়া...
फिर दहली दिल्ली- एक घर के 4 लोगों का बेरहमी से कत्ल, बेटे ने ही कर दी हत्या!
दिल्ली से निकली श्रद्धा वॉल्कर मर्डर केस की कर्कश गूंज अभी तक लोगों को जहन से निकली भी नहीं थी कि...