জখলাবন্ধাৰ হস্পিতাল চাৰিআলিৰ বিজুস্মিতা হোটেলৰ বাৰান্দাত ঘপিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ ।বিজুস্মিতা হোটেলৰ কৰ্মচাৰী আছিল মৃত পিতু দাস নামৰ ব্যক্তিজন ।পিতু দাস আৰু শংকৰ চৰকাৰৰ মাজত হোৱা কাজিয়াৰ ফলতেই সংঘটিত হয় উক্ত ঘটনাটো ।শংকৰ চৰকাৰ নামৰ ব্যক্তিজনে ঘটনা সংঘটিত কৰি পলায়ন কৰি আছে বুলি জানিবলৈ দিয়ে স্থানীয় আৰক্ষী বিষয়াগৰাকীয়ে ।কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে মৃতদেহতো নিৰীক্ষণ কৰি জখলাবন্ধা আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সংঘটিত কৰি পলায় থকা অভিযুক্ত শংকৰ চৰকাৰক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत में चाइना के इस ब्रांड ने बेचे सबसे ज्यादा फोन, प्रीमियम सेगमेंट में एपल का रुतबा कायम
2024 की तीसरी तिमाही में भारतीय स्मार्टफोन बाजार तेजी से फला-फूला है। ग्राहकों ने इस अवधि में 5G...
क्या Aliens ने Ellora की गुफाओं में Kailash Temple बनाया? | Tarikh E566
क्या Aliens ने Ellora की गुफाओं में Kailash Temple बनाया? | Tarikh E566
વરસાદના કારણે ખેતરોમાં ઊભા પાકને ભારે નુકસાન, જાણો શાકભાજી કેટલી મોંધી થઈ
વરસાદના કારણે ખેતરોમાં ઊભા પાકને ભારે નુકસાન થતાં લીલા શાકભાજીની આવક ઓછી થતાં તમામ શાકભાજીના...
कर्नाटक में सामाजिक ध्रुवीकरण INC की सबसे बड़ी चुनावी चुनौती, भ्रष्टाचार के मामले पर BJP को घेरने की कोशिश
नई दिल्ली। चुनावी प्रबंधन की कमजोरी को लेकर अक्सर सुर्खियों में रहने वाली कांग्रेस कर्नाटक...