চূণপোৰাত কাছ উদ্ধাৰ । শিৱসাগৰ জিলাৰ চূণপোৰা গোহাঁই গাঁৱৰ থুলন বড়া নামৰ ব্যক্তি জনে প্ৰাত:ভ্ৰমণ কৰিবলৈ যোৱা অৱস্থাত পথৰ ওপৰতেই এক/ডেৰ কেজি ওজনৰ এজনী জীৱন্ত কাছ উদ্ধাৰ কৰে । ব্যক্তিজনে বন বিভাগৰ সহায়ত ঐতিহাসিক বৰপুখুৰীত কাছজনী মেলি দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ইটাখোলাতো ৰাষ্ট্ৰীয় বজৰং দলৰ চতিয়া শাখাৰ উদ্যোগত ৪০ ফুট উচ্চতাৰ ৰাৱণ দহন
ইটাখোলাতো ৰাষ্ট্ৰীয় বজৰং দলৰ চতিয়া শাখাৰ উদ্যোগত ৪০ ফুট উচ্চতাৰ ৰাৱণ দহন
মৰাণ পৌৰসভাৰ বৰ্ধিত কৰ সম্পৰ্কত মন্ত্ৰীযোগেন মহনৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত।
আজি ইংৰাজী ১মাৰ্চ ২০২৩ তাৰিখে মৰাণ পৌৰসভাৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা...
মৰাণসমষ্টিৰ বামুনবাৰী গাওঁপঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ।
বিধিয়ে দিলেও যেন বিধাতাই নিদিয়ে । চৰকাৰে দৰিদ্ৰ পৰিয়ালক দিয়া আবাস গৃহতোটো ঠিকাদাৰে চলাইছে লুণ্ঠন...
CM Yogi on Pollution: प्रदेश में बढ़ रहे वायु प्रदर्शन पर बोले मुख्यमंत्री Yogi Aditya Nath | Aaj Tak
CM Yogi on Pollution: प्रदेश में बढ़ रहे वायु प्रदर्शन पर बोले मुख्यमंत्री Yogi Aditya Nath | Aaj Tak