সোণাৰিত হস্ত নিৰ্মিত বন্দুকসহ এজনক আটক।আজি পুৱা সোণাৰি আৰক্ষীয়ে সোণাৰি বাছ আস্থানত এটি হস্ত নিৰ্মিত বন্দুকসহ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ ৱাকা আৰক্ষী থানাৰ কাইময়ৰ বাসিন্দা পানমাই ৱাংছাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।