চৰাইদেউৰ লাকুৱাত অ এন জি চিৰ বিৰুদ্ধে ৰাইজৰ পথ অৱৰোধ

পথ মেৰামতিৰ দাবিত ONGC বিৰুদ্ধে লাকুৱাত পথ অৱৰোধ 

লাকুৱা দিহিঙীয়া কোঁৱৰ গাৱঁৰ 6নং জি জি এছৰ সংযোগী পথ অৱৰোধ ৷ দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে ONGCক দাবি কৰি আহিছিল পথটো মেৰামতিৰ বাবে  ৷ অএনজিচি য়ে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুৱা ৫বজাৰ পৰা এই স্থানীয় ৰাইজে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে

প্ৰায় ৫/৬ খন গাঁৱৰ যোগাযোগৰ একমাত্ৰ পথ৷ ৷