ভাৰতীয় দেৱ দেৱীৰ ওপৰত নৃ তাত্ত্বিক বিশ্লেষণ আগবঢ়ায় কয় যে, "কোনো দেৱ দেৱী ব্ৰাহ্মণ নহয়, ক্ষত্ৰিয় সকল শ্ৰেষ্ঠ।" লগতে কোনো মহিলা ব্ৰাহ্মণ নহয় বুলিও মন্তব্য কৰে।