মৰান সমষ্ট্ৰিৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিকলোক আহি আপত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে। মৰানৰ খোৱাঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এটা ঘটিৰ পৰা পানী আন এটা ঘটিত ভৰালেই।নতুন সৃষ্টি নহয় । কংগ্ৰেছ , ৰাইজৰ দল ৰ মানুহ একেখিনিয়েই।তেওলোক মাত্ৰ চোলাহে সলাইছে।সেয়ে আপ আহিছে নে সাপ।আহিছে বিজেপি চিন্তিত নহয়। আম আদমী পাৰ্টি দিল্লীৰ হয়। দিল্লীৰ লোক অসমৰ মোল নুবুজে। আপ বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি দৃঢ়তাৰে উল্লেখ কৰে। বিধায়ক জনে ব্ৰক্ষ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ CSR আঁচনিৰ দ্বাৰা ১৫ লাখ টকা ব্যয়ৰে।খোৱাঙ হালধিবাৰী নগৰ থানৰ এটা অতিথি শালাৰ আধাৰশিলা স্থাপন কৰৰ।লগতে অসম চৰকাৰৰঅনিৰ্দ্ধাৰিত পুঁজি ৰ দ্বাৰা ১০লাখ টকা ব্য়য়ে দামুৰী খাটি বজাৰ ফিল্ডত এটা চাও চেঙ ৰেণৰ আধাৰ শিলা স্থাপন কৰি।সাংবাদিকৰ আগত এই মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संयुक्त निदेशक पशुपालपन विभाग बून्दी के सभागार में 21वीं पशुगणना 2024 अन्तर्गत मनोनित सुपरवाईजरों एवं प्रगणको का एक दिवसीय प्रशिक्षण कार्यक्रम आयोजित
संयुक्त निदेशक पशुपालपन विभाग बून्दी के सभागार में 21वीं पशुगणना 2024 अन्तर्गत मनोनित सुपरवाईजरों...
অসম চৰকাৰৰ হেমাহীৰ বাবেই অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পোৱা নাই
"অসম চৰকাৰৰ হেমাহীৰ বাবেই অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পোৱা নাই"। এই গুৰুতৰ অভিযোহ উত্থাপন...
બાબરા મા ફોરવ્હીલ ગાડી ના ચાલક સાથે અકસ્માત કરી મોત નીપજાવી નાસી ગયેલ અજાણ્યા ટ્રક ચાલકને ગણતરીના દીવસોમા ટ્રકસાથે શોધી કાઢતી બાબરા પોલીસ ટીમ
આવા પ્રકારના ગુન્હાઓ આચરી અને પોતાની ધરપકડ ટાળવા માટે નાસી જનાર આરોપીને પકડવા અન્વયે બાબરા...