মৰান সমষ্ট্ৰিৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিকলোক আহি আপত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে। মৰানৰ খোৱাঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এটা ঘটিৰ পৰা পানী আন এটা ঘটিত ভৰালেই।নতুন সৃষ্টি নহয় । কংগ্ৰেছ , ৰাইজৰ দল ৰ মানুহ একেখিনিয়েই।তেওলোক মাত্ৰ চোলাহে সলাইছে।সেয়ে আপ আহিছে নে সাপ।আহিছে বিজেপি চিন্তিত নহয়। আম আদমী পাৰ্টি দিল্লীৰ হয়। দিল্লীৰ লোক অসমৰ মোল নুবুজে। আপ বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি দৃঢ়তাৰে উল্লেখ কৰে। বিধায়ক জনে ব্ৰক্ষ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ CSR আঁচনিৰ দ্বাৰা ১৫ লাখ টকা ব্যয়ৰে।খোৱাঙ হালধিবাৰী নগৰ থানৰ এটা অতিথি শালাৰ আধাৰশিলা স্থাপন কৰৰ।লগতে অসম চৰকাৰৰঅনিৰ্দ্ধাৰিত পুঁজি ৰ দ্বাৰা ১০লাখ টকা ব্য়য়ে দামুৰী খাটি বজাৰ ফিল্ডত এটা চাও চেঙ ৰেণৰ আধাৰ শিলা স্থাপন কৰি।সাংবাদিকৰ আগত এই মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા: સાવલી પોલીસ મથકના PI જે યુ ગોહિલ સામે કાર ની ઓવરટેક કરવા મુદ્દે યુવકને માર મારવાનો આક્ષેપ
વડોદરા: સાવલી પોલીસ મથકના PI જે યુ ગોહિલ સામે કાર ની ઓવરટેક કરવા મુદ્દે યુવકને માર મારવાનો આક્ષેપ
Chandra Grahan 2022: 8.20 बजे से लगा सूतक काल, इतने बजे से ग्रहण
Chandra Grahan 2022: आज साल का आखिरी चंद्रग्रहण लगने वाला है. इसके लिए सूतक की शुरुआत 9 घंटे पहले...
वन भूमि पर अवैध रूप से बने मंदिर, मस्जिद और मजार सब टूटेंगे, कैबिनेट मंत्री ने दिया बयान
प्रदेश में वन भूमि पर अवैध रूप से बने मंदिर, मस्जिद और मजार सब तोड़े जाएंगे। इसके लिए युद्धस्तर...
Pune | चासकमान धरणाच्या डाव्या कालव्याला भगदाड ; पाहा व्हिडीओ
Pune | चासकमान धरणाच्या डाव्या कालव्याला भगदाड ; पाहा व्हिडीओ