বাঁহীৰে জগৎসভাত সুৰ তুলি বিশ্ব জয় কৰা নলবাৰীৰ সু-সন্তান তথা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক আজি নলবাৰী নাট্যমন্দিৰ প্ৰাংগনত ৰাজহুৱা সম্বৰ্ধনা জনাই৷বিশিষ্ট শিল্পী গৰাকীৰ পঞ্চাশ বছৰীয়া জন্ম দিনৰ লগত সংগতি ৰাখি আজি তেওঁক ৰাজহুৱা সম্বৰ্ধনা জনাই৷

সম্বৰ্ধনা সমিতিৰ সম্পাদক বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ সঞ্চালনা কৰে সভাপতি সুকুমাৰ শৰ্মাই৷