গোলাঘাটৰ ধনশিৰি পাৰঘাটত চাঞ্চল্যকৰ ঘটনা।পুত্ৰৰ আক্ৰমণত চিকিৎসাধীন মাতৃ।পুত্ৰৰ দ্বাৰা মাকক চোকা অস্ত্ৰৰে ডিঙি,হাত আদিত আক্ৰমণ কৰাৰ ফলত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয় মিনা তুৰী নামৰ মহিলা গৰাকী।ভাং আদি ৰাগিয়াল বস্তু সেৱন কৰি মানসিক ভাৱে অস্থিৰ হৈ থকা বিনোদ তুৰী ওৰফে মুন্নাক ঘটনাৰ পিছতেই আটক কৰে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  હાલોલ રૂરલ પોલીસે ફિલ્મી ઢબે પીછો કરી સ્વિફ્ટ કારમાંથી 1.32 લાખના વિદેશી દારૂ મળી 3.32 લાખના મુદ્દામાલ સાથે MP ના ખેપિયાને ઝડપી પાડ્યો. 
 
                      હાલોલ પોલીસ રૂરલ મથકની ટીમ નિત્યક્રમ મુજબ કાયદો વ્યવસ્થાને અનુલક્ષીને હાલોલના ગ્રામ્ય વિસ્તારોમાં...
                  
   Freshers’ social of Harhi College held
 
 
                      Harhi College, Dhakuakhana today organized its 21st freshmen social to welcome the newcomers of...
                  
   নৱনিৰ্মীত ছমাৰকুছি বৰ নামঘৰ উদ্বোধন 
 
                      বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ছমাৰকুছি গাৱঁৰ নৱনিৰ্মীত বৰ নামঘৰটো আজি আনুষ্ঠানিক ভাবে উদ্বোধন...
                  
   ৰহাত হাৰ্টথ্ৰুব জুবিন গাৰ্গ অনুৰাগী যুবক যুৱতী সকলে ৫২স্থানত ৫২নাহৰ পুলি ৰোপন আৰু জুবিন গাৰ্গ ৰ জনপ্ৰিয় ৫২টা গীত লিখিত পোষ্টাৰ লগাই জনাই শ্ৰদ্ধাঞ্জলি। 
 
                      অসম সন্তান,সংগীত সম্ৰাট,হিয়াৰআমঠু,হাৰ্টথ্ৰুব জুবিন গাৰ্গৰ মৃত্যু ত সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা...
                  
   
  
  
  
  