* মাহমৰাত কংগ্ৰেছ দলত খহনীয়া।

* চৰাইদেউ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিনোদ শৰ্মাৰ বিজেপিত যোগদান।

* মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে শৰ্মাক আদৰণি জনায় গেৰুৱা দলটোলৈ। 

* আজি কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল শৰ্মাই। 

* যুৱ নেতা গৰাকীৰ সৈতে মাহমৰা সমষ্টিৰ আন কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়েও যোগদান কৰে বিজেপিত।