◆মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাৰ সাংবাদমেল।

জৰুৰী  সংবাদমেল সম্বোধন কৰি মাজুলীত শিশু অপহৰণৰ চেষ্টাৰ দৰে  ঘটনাই তোলপাৰ লগাই থকা দিশত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় জেংৰাইমুখৰ উজনি চেৰেপাইত সংঘটিত হোৱা ঘটনাটো শিশু অপহৰণৰ নহয় ৷ গড়মুৰৰ কাংকান নগৰত সংঘটিত ঘটনাটো অস্বীকাৰ কৰি মাজুলীৰ আৰক্ষী অধিক্ষক গৰাকীয়ে কি কয় শুনক তেখেতৰ মুখেৰেই ৷