অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু তিথিৰ উপলক্ষে আজি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীয়ে গাঁওৰক্ষী কাৰ্যালয়ত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যুতিথি উদযাপন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰে। এই অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ,ডিব্ৰুগড়ৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী, অসম গৌৰৱ শিপিনী হেমপ্ৰভা চুতীয়া, মোহনলাল উপাধ্যায় লগেতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰাম্য প্ৰহৰী নামৰ এখন গ্ৰন্থ উন্মোচন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
२५ वर्षानंतर भेटले माजी विद्यार्थी
२५ वर्षापुर्वी दहावीनंतर सोडलेल्या शाळेत आल्यानंतर आपल्या वर्गखोल्या, आपला शालेय परिसर, आपले...
*લવ જેહાદના વિરોધમાં ડીસા સજ્જડ બંધ*ધર્મપરિવર્તનની ઘટનાને લઈને ભારે રોષ
*લવ જેહાદના વિરોધમાં ડીસા સજ્જડ બંધ*ધર્મપરિવર્તનની ઘટનાને લઈને ભારે રોષ
Baweja Studios IPO Listing News | कंपनी क्यों ला रही है आईपीओ, इस Fund का कैसे होगा इस्तेमाल?
Baweja Studios IPO Listing News | कंपनी क्यों ला रही है आईपीओ, इस Fund का कैसे होगा इस्तेमाल?
આ વીડિયો જોઈ તમે પોલીસને કરશો અચૂક સલામ, બાર વર્ષથી એક વૃદ્ધ બા રહે છે પોલીસ સ્ટેશનમા
ગુજરાત: આ વીડિયો જોઈ તમે પોલીસને કરશો અચૂક સલામ, બાર વર્ષથી એક વૃદ્ધ બા રહે છે પોલીસ સ્ટેશનમા