অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু তিথিৰ উপলক্ষে আজি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীয়ে গাঁওৰক্ষী কাৰ্যালয়ত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যুতিথি উদযাপন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰে। এই অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ,ডিব্ৰুগড়ৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী, অসম গৌৰৱ শিপিনী হেমপ্ৰভা চুতীয়া, মোহনলাল উপাধ্যায় লগেতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰাম্য প্ৰহৰী নামৰ এখন গ্ৰন্থ উন্মোচন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আঠটাকৈ ইউটিউব চেনেল বন্ধ কেন্দ্ৰ চৰকাৰৰ
নতুন দিল্লী, ১৮ আগষ্ট। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বৃহস্পতিবাৰে তথ্য প্ৰযুক্তি...
૧૫ ઓક્ટોબર થી૧૦ નવેમ્બર ૨૦૨૨ સુધી અમદાવાદ રેલવે સ્ટેશન ઉપર પ્લેટફોર્મ
ટિકિટનો દર રૂ.૨૦ કરવામાં આવ્યો.
વેસ્ટર્ન રેલ્વેના અમદાવાદ રેલ્વે સ્ટેશન ઉપર આગામી દિવાળીના તહેવાર દરમિયાન ભીડ પર નિયંત્રણ રાખવાના...
गोवर' नियंत्रणासाठी विलगीकरण केलं जाणार; टास्क फोर्सचे निर्देश
औरंगाबाद : राज्यातील गोवरवर नियंत्रण मिळवण्यासाठी विलगीकरण व्यवस्था करण्याचे निर्देश जिल्हा...
નવા રતનપર ગામના પાટિયા પાસેથી દારૂ પીધેલ હાલતમાં બાઈક ચલાવતા બે શખ્સો ઝડપાયા
નવા રતનપર ગામના પાટિયા પાસેથી દારૂ પીધેલ હાલતમાં બાઈક ચલાવતા બે શખ્સો ઝડપાયા