ৰাজ্য চৰকাৰে মণিপুৰৰ ভূমিস্খলনত নিহত আৰু আহত সকলৰ পৰিয়ালক সাহাৰ্য্যৰ চেক বিতৰণ কৰাৰ সময়তে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ওচৰৰ বৰাজোলৰ মণিপুৰৰ ভূমিস্খলনত নিহত হোৱা ৰাজু আলিৰ পৰিয়ালক মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই দুইলাখ টকাৰ সাহাৰ্য্যৰ চেক প্ৰদান কৰে৷আজি পূৱা মন্ত্ৰী গৰাকীয়ে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা সমন্বিতে একাংশ দলীয় কাৰ্য্যকৰ্তা লগত লৈ প্ৰয়াত আলিৰ গৃহত উপস্থিত হৈ তেওঁৰ পত্নীৰ হাতত চেকখন প্ৰদান কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરબી ઝુલતા પુલની દુર્ઘટના જવાબદાર કોણ?
મોરબી ઝુલતા પુલની દુર્ઘટના જવાબદાર કોણ?
মৰাণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিলে আছুৱে
উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা পুখুৰী সদৃশ দ দ গাঁতে শংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক...
पोलीस निरीक्षक गोरख दिवे यांच्यामुळेच उदगीर शहरात वाहतुकीला शिस्त
पोलीस निरीक्षक गोरख दिवे यांच्यामुळेच उदगीर शहरात वाहतुकीला शिस्त
কন্যকা কৃষি পামত কৃষি প্ৰশিক্ষণৰ লগতে কৃষকৰ মাজত বীজ আৰু গছপুলি বিতঁৰণ বিধায়ক পদ্ম হাজৰিকাৰ
কন্যকা কৃষি পামত কৃষি প্ৰশিক্ষণৰ লগতে কৃষকৰ মাজত বীজ আৰু গছপুলি বিতঁৰণ বিধায়ক পদ্ম হাজৰিকাৰ
হাতত ৰাষ্ট্ৰীয় পতাকা লৈ টিংখাঙৰ ৰাজপথত মন্ত্ৰী বিমল বড়া
হাতত ৰাষ্ট্ৰীয় পতাকা লৈ টিংখাঙৰ ৰাজপথত মন্ত্ৰী বিমল বড়া ৷